কু-বাদ্কু-লা
কু-মন্ত্ৰণা কৰ্ (Assamese) [ Roman: ku-mon.tro.na kor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-06
English: connive, conspire,
Assamese: কু-মন্ত্ৰণা কৰ্, চক্ৰান্ত কৰ্, তলে পুতল দে, ফন্দি সাজ্, ফাং পাত্, ষড়যন্ত্ৰ কৰ্
b. Abstract Noun: collusion, conspiracy, intrigue, plot, racket...
কু-মন্ত্ৰণা কৰ্ (Assamese) [ Roman: ku-mon.tro.na kor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-06
1. (Verb-Intran.) to plot or make plans together to do something bad or illegal কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
Assamese: কু-মন্ত্ৰণা কৰ্, চক্ৰান্ত কৰ্, তলে পুতল দে, ফন্দি সাজ্, ফাং পাত্, ষড়যন্ত্ৰ কৰ্
Different POS:
a. Proper Adj.-Neuter: conspiratorial, অভিসন্ধিমূলক, চক্ৰান্তমূলক, ষড়যন্ত্ৰমূলক...b. Abstract Noun: collusion, conspiracy, intrigue, plot, racket...